File: /storage/v6964/gopalak/public_html/wp-content/languages/plugins/akismet-as.l10n.php
<?php
return ['x-generator'=>'GlotPress/4.0.1','translation-revision-date'=>'2025-08-08 10:41:27+0000','plural-forms'=>'nplurals=2; plural=n != 1;','project-id-version'=>'Plugins - Akismet Anti-spam: Spam Protection - Stable (latest release)','language'=>'as_IN','messages'=>['Akismet provisionally cleared this comment.'=>'Akismet-এ এই মন্তব্যটো সাময়িকভাৱে চফা কৰিছে।','Show less'=>'কমাই দেখুৱাওক','Show all %d plugins'=>'আটাই %dটা প্লাগিন দেখুৱাওক','View documentation'=>'তথ্যপত্ৰ চাওক','Documentation for %s'=>'%s-ৰ তথ্যপত্ৰ','%s logo'=>'%s-ৰ ল’গ’','The plugin you\'ve installed is compatible. Follow the documentation link to get started.'=>'আপুনি ইনষ্টল কৰা প্লাগিনটো সংগতিপূৰ্ণ। আৰম্ভ হৈ পৰিবলৈ তথ্যপত্ৰৰ লিংক অনুসৰণ কৰক।' . "\0" . 'আপুনি ইনষ্টল কৰা প্লাগিনকেইটা সংগতিপূৰ্ণ। আৰম্ভ হৈ পৰিবলৈ তথ্যপত্ৰৰ লিংক অনুসৰণ কৰক।','See supported integrations'=>'সমৰ্থিত ইণ্টিগ্ৰেশ্যনবোৰ চাওক','Akismet works with other plugins to keep spam away.'=>'Akismet-এ স্পেম আঁতৰাই ৰাখিবলৈ অন্য প্লাগিনবোৰৰ সৈতে কাম কৰে।','New'=>'নতুন','Compatible plugins'=>'সংগতিপূৰ্ণ প্লাগিনবোৰ','Compatible plugins (new feature)'=>'সংগতিপূৰ্ণ প্লাগিনবোৰ (নতুন সুবিধা)','Error getting compatible plugins.'=>'সংগতিপূৰ্ণ প্লাগিনবোৰ পাওঁতে ত্ৰুটি ঘটিছে।','Upgrade plan'=>'প্লেন আপগ্ৰে’ড কৰক','If you believe your site should not be classified as commercial, <a href="%s">please get in touch</a>.'=>'যদি আপুনি বিশ্বাস কৰে যে আপোনাৰ ছাইটটো বাণিজ্যিক হিচাপে শ্ৰেণীভুক্ত হ’ব নালাগে, তেন্তে <a href="%s">অনুগ্ৰহ কৰি যোগাযোগ কৰক</a>।','Your current subscription is for <a href="%s">personal, non-commercial use</a>. Please upgrade your plan to continue using Akismet.'=>'আপোনাৰ বৰ্তমানৰ ছাবস্ক্ৰিপশ্যনটো <a href="%s">ব্যক্তিগত, অ-বাণিজ্যিক ব্যৱহাৰ</a>ৰ বাবে। Akismet ব্যৱহাৰ কৰি থাকিবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্লেন আপগ্ৰে’ড কৰক।','We detected commercial activity on your site'=>'আমি আপোনাৰ ছাইটত বাণিজ্যিক কাৰ্যকলাপ ধৰা পেলাইছোঁ','Almost done! Configure Akismet and say goodbye to spam'=>'হ’লেই প্ৰায়! Akismet কনফিগাৰ কৰি স্পেমক বিদায় জনাওক','Choose an Akismet plan'=>'এটা Akismet প্লেন বাছি লওক','This comment was not sent to Akismet when it was submitted because it was caught by the comment disallowed list.'=>'এই মন্তব্যটো দাখিল কৰোঁতে Akismet-লৈ পঠিওৱা হোৱা নাই কাৰণ এইটো অস্বীকৃত মন্তব্যৰ তালিকাৰ দ্বাৰা ধৰা হৈছে।','This comment was not sent to Akismet when it was submitted because it was caught by something else.'=>'এই মন্তব্যটো দাখিল কৰোঁতে Akismet-লৈ পঠিওৱা হোৱা নাই কাৰণ এইটো আন কিহবাৰ দ্বাৰা ধৰা হৈছে।','Please <a href="%s" target="_blank">choose a plan</a> to get started with Akismet.'=>'Akismet-ৰ সৈতে আৰম্ভ হৈ পৰিবলৈ অনুগ্ৰহ কৰি <a href="%s" target="_blank">এটা প্লেন বাছি লওক</a>।','Your API key must have an Akismet plan before it can protect your site from spam.'=>'আপোনাৰ ছাইটটো স্পেমৰ পৰা সুৰক্ষিত কৰিব পৰাৰ আগত আপোনাৰ API চাবিত এটা Akismet প্লেন থাকিবই লাগিব।','Multiple comments matched request.'=>'একাধিক মন্তব্য অনুৰোধৰ সৈতে মিলিছে।','Could not find matching comment.'=>'মিলা মন্তব্য বিচাৰি পোৱা নগ’ল।','The \'comments\' parameter must be an array.'=>'\'comments\' পেৰামিটাৰটো এটা এৰে’ হ’বই লাগিব।','Akismet cleared this comment during a recheck. It did not update the comment status because it had already been modified by another user or plugin.'=>'Akismet-এ এক পুনঃপৰীক্ষাৰ সময়ত এই মন্তব্যটো চফা কৰিছে। ই মন্তব্যৰ স্থিতি আপডে’ট কৰা নাই কাৰণ ইয়াক আগতেই আন ব্যৱহাৰকাৰী বা প্লাগিনে সলনি কৰি থৈছে।','Akismet determined this comment was spam during a recheck. It did not update the comment status because it had already been modified by another user or plugin.'=>'Akismet-এ এক পুনঃপৰীক্ষাৰ সময়ত এই মন্তব্যটো স্পেম বুলি নিৰ্ধাৰণ কৰিছিল। ই মন্তব্যৰ স্থিতি আপডে’ট কৰা নাই কাৰণ ইয়াক আগতেই আন ব্যৱহাৰকাৰী বা প্লাগিনে সলনি কৰি থৈছে।','Akismet cleared this comment and updated its status via webhook.'=>'Akismet-এ এই মন্তব্যটো চফা কৰিছে আৰু ৱেবহুকৰ জৰিয়তে ইয়াৰ স্থিতি আপডে’ট কৰিছে।','Akismet caught this comment as spam and updated its status via webhook.'=>'Akismet-এ এই মন্তব্যটো স্পেম হিচাপে ধৰিছে আৰু ৱেবহুকৰ জৰিয়তে ইয়াৰ স্থিতি আপডে’ট কৰিছে।','Akismet is now protecting your site from spam.'=>'Akismet-এ এতিয়া আপোনাৰ ছাইটটোক স্পেমৰ পৰা সুৰক্ষা দি আছে।','Account overview'=>'একাউণ্টৰ অৱলোকন','Spam in the %1$s older than %2$d day is deleted automatically.'=>'%2$d দিনতকৈ পুৰণি %1$sৰ স্পেম স্বয়ংক্ৰিয়ভাৱে মচি পেলোৱা হয়।' . "\0" . '%2$d দিনতকৈ পুৰণি %1$sৰ স্পেমবোৰ স্বয়ংক্ৰিয়ভাৱে মচি পেলোৱা হয়।','spam folder'=>'স্পেম ফ’ল্ডাৰ','Akismet detailed stats'=>'Akismet-ৰ বিস্তৃত পৰিসংখ্যা','Back to settings'=>'ছেটিংছলৈ ঘূৰি যাওক','Subscription type'=>'ছাবস্ক্ৰিপশ্যনৰ প্ৰকাৰ','To help your site with transparency under privacy laws like the GDPR, Akismet can display a notice to your users under your comment forms.'=>'GDPR-ৰ দৰে গোপনীয়তাৰ আইনৰ অধীনত স্বচ্ছতা বজাই ৰখাত আপোনাৰ ছাইটক সহায় কৰিবলৈ Akismet-এ আপোনাৰ মন্তব্যৰ প্ৰ-পত্ৰৰ তলত আপোনাৰ ব্যৱহাৰকাৰীসকলক এটা জাননী দেখুৱাব পাৰে।','Spam filtering'=>'স্পেম ফিল্টাৰিং','API key'=>'API চাবি','Akismet stats'=>'Akismet পৰিসংখ্যা','Automattic - Anti-spam Team'=>'Automattic - এণ্টি-স্পেম দল','Akismet Anti-spam: Spam Protection'=>'Akismet এণ্টি-স্পেম: স্পেম সুৰক্ষা','WP-Cron has been disabled using the DISABLE_WP_CRON constant. Comment rechecks may not work properly.'=>'DISABLE_WP_CRON ধ্ৰুৱক ব্যৱহাৰ কৰি WP-Cron নিষ্ক্ৰিয় কৰা হৈছে। মন্তব্যৰ পুনঃপৰীক্ষা সঠিকভাৱে কাম নকৰিবও পাৰে।','%1$s - %2$s'=>'%1$s - %2$s','(opens in a new tab)'=>'(নতুন টেব এটাত খোল খায়)','Upgrade to %s'=>'%sলৈ আপগ্ৰে’ড কৰক','Upgrade your subscription level'=>'আপোনাৰ ছাবস্ক্ৰিপশ্যনৰ স্তৰ আপগ্ৰে’ড কৰক','Learn more about usage limits.'=>'ব্যৱহাৰৰ সীমাৰ বিষয়ে অধিক জানক।','Since %1$s, your account made %2$s API calls, compared to your plan’s limit of %3$s.'=>'%1$sৰ পৰা আপোনাৰ একাউণ্টে আপোনাৰ প্লেনৰ %3$sটাৰ সীমাৰ তুলনাত %2$sটা API কল কৰিছে।','Your Akismet usage has been over your plan’s limit for three consecutive months. We have restricted your account for the rest of the month. Upgrade your plan so Akismet can continue blocking spam.'=>'আপোনাৰ Akismet-ৰ ব্যৱহাৰ একেৰাহে তিনি মাহ আপোনাৰ প্লেনৰ সীমা চেৰাই আছিল। আমি মাহটোৰ বাকী দিনকেইটাৰ বাবে আপোনাৰ একাউণ্ট সীমাবদ্ধ কৰিছোঁ। Akismet-এ স্পেম অৱৰোধ কৰি থাকিব পৰাকৈ আপোনাৰ প্লেন আপগ্ৰে’ড কৰক।','Your Akismet usage is nearing your plan’s limit for the third consecutive month. We will restrict your account after you reach the limit. Upgrade your plan so Akismet can continue blocking spam.'=>'আপোনাৰ Akismet-ৰ ব্যৱহাৰ একেৰাহে তৃতীয় মাহৰ বাবে আপোনাৰ প্লেনৰ সীমাৰ ওচৰ চাপিছে। আপুনি সীমালৈ গৈ পোৱাৰ পাছত আমি আপোনাৰ একাউণ্ট সীমাবদ্ধ কৰি দিম। Akismet-এ স্পেম অৱৰোধ কৰি থাকিব পৰাকৈ আপোনাৰ প্লেন আপগ্ৰে’ড কৰক।','Your Akismet usage has been over your plan’s limit for two consecutive months. Next month, we will restrict your account after you reach the limit. Please consider upgrading your plan.'=>'আপোনাৰ Akismet-ৰ ব্যৱহাৰ একেৰাহে দুমাহ আপোনাৰ প্লেনৰ সীমা চেৰাই আছিল। অহামাহত আপুনি সীমালৈ গৈ পোৱাৰ পাছত আমি আপোনাৰ একাউণ্ট সীমাবদ্ধ কৰি দিম। অনুগ্ৰহ কৰি আপোনাৰ প্লেন আপগ্ৰে’ড কৰাৰ কথা ভাবি চাওক।','Your account has been restricted'=>'আপোনাৰ একাউণ্ট সীমাবদ্ধ কৰা হৈছে','Your Akismet account usage is approaching your plan’s limit'=>'আপোনাৰ Akismet একাউণ্টৰ ব্যৱহাৰ আপোনাৰ প্লেনৰ সীমাৰ ওচৰ চাপিছে','Your Akismet account usage is over your plan’s limit'=>'আপোনাৰ Akismet একাউণ্টৰ ব্যৱহাৰ আপোনাৰ প্লেনৰ সীমা চেৰাইছে','Please enter a new key or <a href="%s" target="_blank">contact Akismet support</a>.'=>'অনুগ্ৰহ কৰি এটা নতুন চাবি লিখক নাইবা <a href="%s" target="_blank">Akismet সাহায্যৰ সৈতে যোগাযোগ কৰক</a>।','Your API key is no longer valid.'=>'আপোনাৰ API চাবিটো বৈধ হৈ থকা নাই।','Checking for Spam (%1$s%)'=>'স্পেমৰ বাবে পৰীক্ষা কৰি থকা হৈছে (%1$s%)','No comment history.'=>'কোনো মন্তব্যৰ ইতিহাস নাই।','Akismet was unable to recheck this comment.'=>'Akismet-এ এই মন্তব্যটো পুনঃপৰীক্ষা কৰিব পৰা নাই।','Akismet was unable to check this comment but will automatically retry later.'=>'Akismet-এ এই মন্তব্যটো পৰীক্ষা কৰিব পৰা নাই যদিও পাছত স্বয়ংক্ৰিয়ভাৱে আকৌ চেষ্টা কৰিব।','Comment was caught by %s.'=>'মন্তব্যটো %s-ৰ দ্বাৰা ধৰা হৈছিল।','Akismet is not configured. Please enter an API key.'=>'Akismet কনফিগাৰ কৰা হোৱা নাই। অনুগ্ৰহ কৰি এটা API চাবি লিখক।','Enter your API key'=>'আপোনাৰ API চাবি লিখক','Set up a different account'=>'অন্য এটা একাউণ্ট ছেট আপ কৰক','Set up your Akismet account to enable spam filtering on this site.'=>'এই ছাইটত স্পেম ফিল্টাৰিং সক্ৰিয় কৰিবলৈ আপোনাৰ Akismet একাউণ্ট ছেট আপ কৰক।','Akismet could not recheck your comments for spam.'=>'Akismet-এ আপোনাৰ মন্তব্যবোৰ স্পেমৰ বাবে পুনঃপৰীক্ষা কৰিব পৰা নাই।','You don’t have permission to do that.'=>'সেইটো কৰিবলৈ আপোনাৰ অনুমতি নাই।','Stats response could not be decoded.'=>'পৰিসংখ্যাৰ সঁহাৰি ডিক’ড কৰিব পৰা নগ’ল।','Currently unable to fetch stats. Please try again.'=>'বৰ্তমান পৰিসংখ্যা গোটাই আনিব পৰা নাই। অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক।','API key must be set to fetch stats.'=>'পৰিসংখ্যা গোটাই আনিবলৈ API চাবি নিৰ্ধাৰণ কৰিবই লাগিব।','Do not display privacy notice.'=>'গোপনীয়তাৰ জাননী নেদেখুৱাব।','Display a privacy notice under your comment forms.'=>'আপোনাৰ মন্তব্যৰ প্ৰ-পত্ৰৰ তলত এটা গোপনীয়তাৰ জাননী দেখুৱাওক।','Akismet privacy notice'=>'Akismet-ৰ গোপনীয়তাৰ জাননী','Privacy'=>'গোপনীয়তা','This site uses Akismet to reduce spam. <a href="%s" target="_blank" rel="nofollow noopener">Learn how your comment data is processed.</a>'=>'এই ছাইটে স্পেম কমাবলৈ Akismet ব্যৱহাৰ কৰে। <a href="%s" target="_blank" rel="nofollow noopener">আপোনাৰ মন্তব্যৰ ডেটা কেনেকৈ সংসাধিত কৰা হয়— জানি লওক।</a>','We collect information about visitors who comment on Sites that use our Akismet Anti-spam service. The information we collect depends on how the User sets up Akismet for the Site, but typically includes the commenter\'s IP address, user agent, referrer, and Site URL (along with other information directly provided by the commenter such as their name, username, email address, and the comment itself).'=>'আমি আমাৰ Akismet এণ্টি-স্পেম সেৱা ব্যৱহাৰ কৰা ছাইটবোৰত মন্তব্য কৰা দৰ্শকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ। আমি সংগ্ৰহ কৰা তথ্যবোৰ ব্যৱহাৰকাৰীয়ে ছাইটৰ বাবে Akismet কেনেকৈ ছেট আপ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু সাধাৰণতে মন্তব্যকাৰীৰ IP ঠিকনা, ব্যৱহাৰকাৰীৰ এজেণ্ট, ৰেফাৰাৰ আৰু ছাইটৰ URL (মন্তব্যকাৰীয়ে পোনচাতে প্ৰদান কৰা অন্য তথ্য যেনে তেওঁৰ নাম, ব্যৱহাৰকাৰী-নাম, ইমেইল ঠিকনা আৰু মন্তব্যটোৰ লগতে) অন্তৰ্ভুক্ত থাকে।','Comment discarded.'=>'মন্তব্য খাৰিজ কৰা হ’ল।','This site\'s API key is hardcoded and cannot be deleted.'=>'এই ছাইটৰ API চাবি হাৰ্ডক’ড কৰা আছে আৰু মচিব নোৱাৰি।','The value provided is not a valid and registered API key.'=>'প্ৰদান কৰা মানটো এটা বৈধ আৰু পঞ্জীভুক্ত API চাবি নহয়।','This site\'s API key is hardcoded and cannot be changed via the API.'=>'এই ছাইটৰ API চাবি হাৰ্ডক’ড কৰা আছে আৰু API-ৰ জৰিয়তে সলনি কৰিব নোৱাৰি।','The time period for which to retrieve stats. Options: 60-days, 6-months, all'=>'পৰিসংখ্যা আনিবলগীয়া কালদৈৰ্ঘ্য। বিকল্প: 60-দিন, 6-মাহ, সকলো','If true, show the number of approved comments beside each comment author in the comments list page.'=>'যদি true, তেনেহ’লে মন্তব্যৰ তালিকাৰ পৃষ্ঠাত প্ৰতিগৰাকী মন্তব্য লিখোঁতাৰ কাষত অনুমোদিত মন্তব্যৰ সংখ্যা দেখুৱাব।','If true, Akismet will automatically discard the worst spam automatically rather than putting it in the spam folder.'=>'যদি true, তেনেহ’লে Akismet-এ আটাইতকৈ বেয়া স্পেমটো স্পেম ফ’ল্ডাৰত ৰখাৰ সলনি স্বয়ংক্ৰিয়ভাৱে খাৰিজ কৰি দিব।','A 12-character Akismet API key. Available at akismet.com/get/'=>'এটা 12-বৰ্ণযুক্ত Akismet API চাবি। akismet.com/get/ত উপলব্ধ','Your site can’t connect to the Akismet servers.'=>'আপোনাৰ ছাইটটোৱে Akismet ছাৰ্ভাৰবোৰৰ সৈতে সংযোগ কৰিব নোৱাৰে।','An Akismet API key has been defined in the %s file for this site.'=>'এই ছাইটৰ বাবে %s ফাইলত এটা Akismet API চাবি নিৰ্ধাৰণ কৰা হৈছে।','Manual Configuration'=>'মেনুৱেল কনফিগাৰেশ্যন','On this page, you are able to update your Akismet settings and view spam stats.'=>'এইখন পৃষ্ঠাত আপুনি আপোনাৰ Akismet ছেটিংছ আপডে’ট কৰিব পাৰে আৰু স্পেমৰ পৰিসংখ্যা চাব পাৰে।','Used by millions, Akismet is quite possibly the best way in the world to <strong>protect your blog from spam</strong>. Akismet Anti-spam keeps your site protected even while you sleep. To get started: activate the Akismet plugin and then go to your Akismet Settings page to set up your API key.'=>'লাখ লাখ লোকে ব্যৱহাৰ কৰা Akismet <strong>আপোনাৰ ব্লগক স্পেমৰ পৰা সুৰক্ষা দিয়াৰ</strong> ক্ষেত্ৰত সম্ভৱতঃ বিশ্বৰ সৰ্বোত্তম উপায়। Akismet এণ্টি-স্পেমে আপুনি শুই থাকোঁতেও আপোনাৰ ছাইটটো সুৰক্ষিত কৰি ৰাখে। আৰম্ভ হৈ পৰিবলৈ: Akismet প্লাগিনটো সক্ৰিয় কৰক আৰু তাৰপাছত আপোনাৰ API চাবি ছেট আপ কৰিবলৈ আপোনাৰ Akismet ছেটিংছৰ পৃষ্ঠালৈ যাওক।','Akismet Anti-spam'=>'Akismet এণ্টি-স্পেম','Connect with API key'=>'API কীৰে সংযোগ কৰক','You are connected as %s.'=>'আপুনি %s হিচাপে সংযুক্ত।','Connect with Jetpack'=>'Jetpack-ৰ সৈতে সংযোগ কৰক','Use your Jetpack connection to set up Akismet.'=>'Akismet ছেট আপ কৰিবলৈ আপোনাৰ Jetpack সংযোগ ব্যৱহাৰ কৰক।','Eliminate spam from your site'=>'আপোনাৰ ছাইটৰ পৰা স্পেম আঁতৰ কৰক','Would you like to <a href="%s">check pending comments</a>?'=>'আপুনি <a href="%s">বিচাৰাধীন মন্তব্যবোৰ পৰীক্ষা কৰিব</a> বিচাৰেনে?','Set up your Akismet account'=>'আপোনাৰ Akismet একাউণ্ট ছেট আপ কৰক','Detailed stats'=>'বিস্তৃত পৰিসংখ্যা','Statistics'=>'পৰিসংখ্যা','Used by millions, Akismet is quite possibly the best way in the world to <strong>protect your blog from spam</strong>. It keeps your site protected even while you sleep. To get started, just go to <a href="admin.php?page=akismet-key-config">your Akismet Settings page</a> to set up your API key.'=>'লাখ লাখ লোকে ব্যৱহাৰ কৰা Akismet <strong>আপোনাৰ ব্লগক স্পেমৰ পৰা সুৰক্ষা দিয়াৰ</strong> ক্ষেত্ৰত সম্ভৱতঃ বিশ্বৰ সৰ্বোত্তম উপায়। ই আপুনি শুই থাকোঁতেও আপোনাৰ ছাইটটো সুৰক্ষিত কৰি ৰাখে। আৰম্ভ হৈ পৰিবলৈ মাথোঁ <a href="admin.php?page=akismet-key-config">আপোনাৰ Akismet ছেটিংছৰ পৃষ্ঠা</a>লৈ গৈ আপোনাৰ API চাবি ছেট আপ কৰক।','Used by millions, Akismet is quite possibly the best way in the world to <strong>protect your blog from spam</strong>. Your site is fully configured and being protected, even while you sleep.'=>'লাখ লাখ লোকে ব্যৱহাৰ কৰা Akismet <strong>আপোনাৰ ব্লগক স্পেমৰ পৰা সুৰক্ষা দিয়াৰ</strong> ক্ষেত্ৰত সম্ভৱতঃ বিশ্বৰ সৰ্বোত্তম উপায়। আপুনি শুই থাকোঁতেও আপোনাৰ ছাইটটো সম্পূৰ্ণৰূপে কনফিগাৰ কৰা আৰু সুৰক্ষিত।','%s comment was caught as spam.'=>'%sটা মন্তব্য স্পেম হিচাপে ধৰা হৈছে।' . "\0" . '%sটা মন্তব্য স্পেম হিচাপে ধৰা থৈছে।','No comments were caught as spam.'=>'কোনো মন্তব্য স্পেম হিচাপে ধৰা হোৱা নাই।','Akismet checked %s comment.'=>'Akismet-এ %sটা মন্তব্য পৰীক্ষা কৰিছে।' . "\0" . 'Akismet-এ %sটা মন্তব্য পৰীক্ষা কৰিছে।','There were no comments to check. Akismet will only check comments awaiting moderation.'=>'পৰীক্ষা কৰিবলগীয়া কোনো মন্তব্য নাছিল। Akismet-এ কেৱল মডাৰেশ্যনৰ বাবে ৰৈ থকা মন্তব্যবোৰ পৰীক্ষা কৰিব।','Comment not found.'=>'মন্তব্য পোৱা নগ\'ল।','%d comment could not be checked.'=>'%dটা মন্তব্য পৰীক্ষা কৰিব পৰা নগ’ল।' . "\0" . '%dটা মন্তব্য পৰীক্ষা কৰিব পৰা নগ’ল।','%d comment moved to Spam.'=>'%dটা মন্তব্য স্পেমলৈ নিয়া হ’ল।' . "\0" . '%dটা মন্তব্য স্পেমলৈ নিয়া হ’ল।','Processed %d comment.'=>'%dটা মন্তব্য সংসাধিত হ’ল।' . "\0" . '%dটা মন্তব্য সংসাধিত হ’ল।','Comment #%d could not be checked.'=>'মন্তব্য #%dৰ পৰীক্ষা কৰিব পৰা নগ\'ল।','Failed to connect to Akismet.'=>'Akismet-লৈ সংযোগ কৰাত বিফল।','Comment #%d is not spam.'=>'মন্তব্য #%d স্পেম নহয়।','Comment #%d is spam.'=>'মন্তব্য #%d স্পেম।','%s false positive'=>'%sটা ভুল ইতিবাচক' . "\0" . '%sটা ভুল ইতিবাচক','%s missed spam'=>'%sটা বাদ-পৰা স্পেম' . "\0" . '%sটা বাদ-পৰা স্পেম','You don’t have an Akismet plan.'=>'আপোনাৰ কোনো Akismet প্লেন নাই।','Your Akismet subscription is suspended.'=>'আপোনাৰ Akismet ছাবস্ক্ৰিপশ্যন নিলম্বিত কৰা হৈছে।','Your Akismet plan has been cancelled.'=>'আপোনাৰ Akismet প্লেন বাতিল কৰা হৈছে।','We cannot process your payment. Please <a href="%s" target="_blank">update your payment details</a>.'=>'আমি আপোনাৰ পৰিশোধ সংসাধিত কৰিব নোৱাৰোঁ। অনুগ্ৰহ কৰি <a href="%s" target="_blank">আপোনাৰ পৰিশোধৰ বিৱৰণ আপডে’ট কৰক</a>।','Please update your payment information.'=>'অনুগ্ৰহ কৰি আপোনাৰ পৰিশোধৰ তথ্য আপডে’ট কৰক।','Akismet has saved you %d minute!'=>'Akismet-এ আপোনাৰ %d মিনিট বচাইছে!' . "\0" . 'Akismet-এ আপোনাৰ %d মিনিট বচাইছে!','Akismet has saved you %d hour!'=>'Akismet-এ আপোনাৰ %d ঘণ্টা বচাইছে!' . "\0" . 'Akismet-এ আপোনাৰ %d ঘণ্টা বচাইছে!','Akismet has saved you %s day!'=>'Akismet-এ আপোনাৰ %sটা দিন বচাইছে!' . "\0" . 'Akismet-এ আপোনাৰ %sটা দিন বচাইছে!','Akismet filters out spam, so you can focus on more important things.'=>'Akismet-এ স্পেম ফিল্টাৰ কৰে, যাতে আপুনি অধিক গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ দিব পাৰে।','The connection to akismet.com could not be established. Please refer to <a href="%s" target="_blank">our guide about firewalls</a> and check your server configuration.'=>'akismet.com-ৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নগ’ল। অনুগ্ৰহ কৰি <a href="%s" target="_blank">আমাৰ ফায়াৰৱাল-সম্বন্ধীয় গাইড</a> চাওক আৰু আপোনাৰ ছাৰ্ভাৰৰ কনফিগাৰেশ্যন পৰীক্ষা কৰক।','The API key you entered could not be verified.'=>'আপুনি লিখা API চাবিটো সত্যাপন কৰিব পৰা নগ’ল।','All systems functional.'=>'সকলো ছিষ্টেম কাৰ্যকৰী।','Enabled.'=>'সক্ৰিয় কৰা হ’ল।','Akismet encountered a problem with a previous SSL request and disabled it temporarily. It will begin using SSL for requests again shortly.'=>'Akismet-এ আগৰ SSL অনুৰোধৰ সৈতে এটা সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াক অস্থায়ীভাৱে নিষ্ক্ৰিয় কৰিছে। ই সোনকালেই আকৌ অনুৰোধৰ বাবে SSL ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব।','Temporarily disabled.'=>'অস্থায়ীভাৱে নিষ্ক্ৰিয় কৰা হ’ল।','Your Web server cannot make SSL requests; contact your Web host and ask them to add support for SSL requests.'=>'আপোনাৰ ৱেব ছাৰ্ভাৰে SSL অনুৰোধ কৰিব নোৱাৰে; আপোনাৰ ৱেব হ’ষ্টৰ সৈতে যোগাযোগ কৰি তেওঁলোকক SSL অনুৰোধৰ সমৰ্থন যোগ কৰিবলৈ কওক।','Disabled.'=>'নিষ্ক্ৰিয় কৰা হ’ল।','SSL status'=>'SSL স্থিতি','This comment was reported as not spam.'=>'এই মন্তব্যটো স্পেম নহয় বুলি সদৰী কৰা হৈছে।','This comment was reported as spam.'=>'এই মন্তব্যটো স্পেম বুলি সদৰী কৰা হৈছে।','https://automattic.com/wordpress-plugins/'=>'https://automattic.com/wordpress-plugins/','https://akismet.com/'=>'https://akismet.com/','Manually enter an API key'=>'নিজ হাতেৰে API কী এটা প্ৰবিষ্ট কৰক','Contact Akismet support'=>'Akismet সাহায্যৰ সৈতে যোগাযোগ কৰক','No worries! Get in touch and we’ll sort this out.'=>'চিন্তা কৰিবলগীয়া একো নাই! যোগাযোগ কৰক আৰু আমি এইটো সমাধান কৰিম।','Your subscription for %s is suspended.'=>'%s-ৰ বাবে আপোনাৰ ছাবস্ক্ৰিপশ্যন বৰ্খাস্ত কৰা হৈছে।','Your subscription for %s is cancelled.'=>'%s-ৰ বাবে আপোনাৰ ছাবস্ক্ৰিপশ্যন বাতিল কৰা হৈছে।','The key you entered is invalid. Please double-check it.'=>'আপুনি লিখা চাবিটো অবৈধ। অনুগ্ৰহ কৰি আকৌ পৰীক্ষা কৰক।','There is a problem with your API key.'=>'আপোনাৰ API কীটোৰ কিবা এটা সমস্যা আছে।','You can help us fight spam and upgrade your account by <a href="%s" target="_blank">contributing a token amount</a>.'=>'আপুনি <a href="%s" target="_blank">প্ৰতীকী পৰিমাণৰ বৰঙনি আগবঢ়াই</a> আমাক স্পেমৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে আৰু আপোনাৰ একাউণ্ট আপগ্ৰে’ড কৰিব পাৰে।','Please contact <a href="%s" target="_blank">Akismet support</a> for assistance.'=>'সহায়ৰ বাবে অনুগ্ৰহ কৰি <a href="%s" target="_blank">Akismet সাহায্য</a>ৰ সৈতে যোগাযোগ কৰক।','Please visit your <a href="%s" target="_blank">Akismet account page</a> to reactivate your subscription.'=>'আপোনাৰ ছাবস্ক্ৰিপশ্যন আকৌ সক্ৰিয় কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ <a href="%s" target="_blank">Akismet একাউণ্টৰ পৃষ্ঠা</a>লৈ যাওক।','Your firewall may be blocking Akismet from connecting to its API. Please contact your host and refer to <a href="%s" target="_blank">our guide about firewalls</a>.'=>'আপোনাৰ ফায়াৰৱালে Akismet-ক ইয়াৰ API-ৰ সৈতে সংযোগ কৰাত বাধা দিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ হ’ষ্টৰ সৈতে যোগাযোগ কৰক আৰু <a href="%s" target="_blank">আমাৰ ফায়াৰৱাল-সম্বন্ধীয় গাইড</a> চাওক।','Your web host or server administrator has disabled PHP’s <code>gethostbynamel</code> function. <strong>Akismet cannot work correctly until this is fixed.</strong> Please contact your web host or firewall administrator and give them <a href="%s" target="_blank">this information about Akismet’s system requirements</a>.'=>'আপোনাৰ ৱেব হ’ষ্ট বা ছাৰ্ভাৰ কৰ্তৃপক্ষই PHP-ৰ <code>gethostbynamel</code> ফাংশ্যনটো নিষ্ক্ৰিয় কৰি থৈছে। <strong>এইটো ঠিক নোহোৱালৈকে Akismet সঠিকভাৱে কাম কৰিব নোৱাৰে।</strong> অনুগ্ৰহ কৰি আপোনাৰ ৱেব হ’ষ্ট বা ফায়াৰৱাল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি তেওঁক <a href="%s" target="_blank">Akismet-ৰ ছিষ্টেম-সম্বন্ধীয় প্ৰয়োজনীয়তাৰ বিষয়ে এই তথ্য</a> দিয়ক।','Network functions are disabled.'=>'নেটৱৰ্ক ফাংশ্যনবোৰ নিষ্ক্ৰিয় কৰা হৈছে।','For more information: %s'=>'অধিক তথ্যৰ বাবে: %s','Akismet error code: %s'=>'Akismet ত্ৰুটিৰ ক’ড: %s','Some comments have not yet been checked for spam by Akismet. They have been temporarily held for moderation and will automatically be rechecked later.'=>'কিছুমান মন্তব্য এতিয়াও Akismet-এ স্পেমৰ বাবে পৰীক্ষা কৰা নাই। সেইবোৰক অস্থায়ীভাৱে মডাৰেশ্যনৰ বাবে ৰখা হৈছে আৰু পাছত স্বয়ংক্ৰিয়ভাৱে পুনঃপৰীক্ষা কৰা হ’ব।','Akismet has detected a problem.'=>'Akismet-এ এটা সমস্যা ধৰা পেলাইছে।','Change'=>'সলনি কৰক','Upgrade'=>'আপগ্ৰেড কৰক','Next billing date'=>'পৰৱৰ্তী বিল দিয়াৰ তাৰিখ','Active'=>'সক্ৰিয়','No subscription found'=>'কোনো ছাবস্ক্ৰিপশ্যন পোৱা নগ’ল','Missing'=>'নিৰুদ্দেশ','Suspended'=>'বৰ্খাস্ত','Cancelled'=>'বাতিল কৰা হৈছে','Save changes'=>'সালসলনি সাঁচি থওক','Disconnect this account'=>'এই একাউণ্টৰ সংযোগ বিচ্ছিন্ন কৰক','Note:'=>'টোকা:','Always put spam in the Spam folder for review.'=>'স্পেম সদায় পৰ্যালোচনাৰ বাবে স্পেম ফ’ল্ডাৰত ৰাখিব।','Silently discard the worst and most pervasive spam so I never see it.'=>'আটাইতকৈ বেয়া আৰু সৰ্বব্যাপী স্পেম নীৰৱে খাৰিজ কৰি দিব যাতে মই সেইটো কেতিয়াও দেখা নাপাওঁ।','Akismet Anti-spam strictness'=>'Akismet এণ্টি-স্পেমৰ কঠোৰতা','Show the number of approved comments beside each comment author.'=>'প্ৰতিগৰাকী মন্তব্য লিখোঁতাৰ কাষত অনুমোদিত মন্তব্যৰ সংখ্যা দেখুৱাওক।','Accuracy'=>'সঠিকতা','All time'=>'সৰ্বকাল','Spam blocked'=>'স্পেম অৱৰোধ কৰা হ’ল' . "\0" . 'স্পেম অৱৰোধ কৰা হ’ল','Past six months'=>'বিগত ছমাহ','Please <a href="%1$s">upgrade WordPress</a> to a current version, or <a href="%2$s">downgrade to version 2.4 of the Akismet plugin</a>.'=>'অনুগ্ৰহ কৰি WordPress-ক বৰ্তমানৰ সংস্কৰণলৈ <a href="%1$s">আপগ্ৰে’ড কৰক</a> নাইবা <a href="%2$s">Akismet প্লাগিনৰ 2.4 সংস্কৰণলৈ ডাউনগ্ৰে’ড কৰক</a>।','Akismet %1$s requires WordPress %2$s or higher.'=>'Akismet %1$sক WordPress %2$s বা তাতকৈ ওপৰৰ সংস্কৰণৰ প্ৰয়োজন।','Akismet cleared this comment during an automatic retry.'=>'Akismet-এ এক স্বয়ংক্ৰিয় পুনঃচেষ্টাৰ সময়ত এই মন্তব্যটো চফা কৰিছে।','Akismet caught this comment as spam during an automatic retry.'=>'Akismet-এ এক স্বয়ংক্ৰিয় পুনঃচেষ্টাৰ সময়ত এই মন্তব্যটো স্পেম হিচাপে ধৰিছে।','%s reported this comment as not spam.'=>'%s-এ এই মন্তব্যটো স্পেম নহয় বুলি সদৰী কৰিছে।','%s reported this comment as spam.'=>'%s-এ এই মন্তব্যটো স্পেম বুলি সদৰী কৰিছে।','%1$s changed the comment status to %2$s.'=>'%1$s-এ মন্তব্যৰ স্থিতি %2$sলৈ সলনি কৰিছে।','Akismet was unable to check this comment (response: %s) but will automatically retry later.'=>'Akismet-এ এই মন্তব্যটো পৰীক্ষা কৰিব পৰা নাই (সহাঁৰি: %s) যদিও পাছত স্বয়ংক্ৰিয়ভাৱে আকৌ চেষ্টা কৰিব।','Akismet cleared this comment.'=>'Akismet-এ এই মন্তব্য চফা কৰিছে।','Comment status was changed to %s'=>'মন্তব্যৰ স্থিতি %sলৈ সলনি কৰা হৈছে।','Akismet caught this comment as spam.'=>'Akismet-এ এই মন্তব্যটো স্পেম হিচাপে ধৰিছে।','<strong class="count">%1$s spam</strong> blocked by <strong>Akismet</strong>'=>'<strong>Akismet</strong>-এ <strong class="count">%1$sটা স্পেম</strong> অৱৰোধ কৰিছে' . "\0" . '<strong>Akismet</strong>-এ <strong class="count">%1$sটা স্পেম</strong> অৱৰোধ কৰিছে','Title:'=>'শিৰোনাম:','Spam Blocked'=>'স্পেম অৱৰোধ কৰা হৈছে','Display the number of spam comments Akismet has caught'=>'Akismet-এ ধৰা স্পেম মন্তব্যৰ সংখ্যা দেখুৱাওক','Akismet Widget'=>'Akismet ৱিজেট','Cleaning up spam takes time.'=>'স্পেম চাফা কৰোঁতে সময় লাগে।','Please check your <a href="%s">Akismet configuration</a> and contact your web host if problems persist.'=>'অনুগ্ৰহ কৰি আপোনাৰ <a href="%s">Akismet কনফিগাৰেশ্যন</a> পৰীক্ষা কৰক আৰু সমস্যা হৈয়েই থাকিলে আপোনাৰ ৱেব হ’ষ্টৰ সৈতে যোগাযোগ কৰক।','%s ago'=>'%s আগতে','%s approved'=>'%sটা অনুমোদিত' . "\0" . '%sটা অনুমোদিত','History'=>'ইতিহাস','View comment history'=>'মন্তব্যৰ ইতিহাস চাওক','Un-spammed by %s'=>'%s-ৰ দ্বাৰা স্পেম-মুক্ত কৰা হৈছে','Flagged as spam by %s'=>'%s-ৰ দ্বাৰা স্পেম বুলি চিন দিয়া হৈছে','Cleared by Akismet'=>'Akismet-এ চফা কৰিছে','Flagged as spam by Akismet'=>'Akismet-ৰ দ্বাৰা স্পেম বুলি চিন দিয়া হৈছে','Awaiting spam check'=>'স্পেম পৰীক্ষাৰ বাবে ৰৈ আছে','Akismet was unable to recheck this comment (response: %s).'=>'Akismet-এ এই মন্তব্যটো পুনঃপৰীক্ষা কৰিব পৰা নাই (সঁহাৰি: %s)।','Akismet re-checked and cleared this comment.'=>'Akismet-এ পুনঃপৰীক্ষা কৰি এই মন্তব্যটো চফা কৰিছে।','Akismet re-checked and caught this comment as spam.'=>'Akismet-এ পুনঃপৰীক্ষা কৰি এই মন্তব্যটো স্পেম হিচাপে ধৰিছে।','Check for Spam'=>'স্পেম আছে নেকি— চাওক','There’s nothing in your <a href=\'%s\'>spam queue</a> at the moment.'=>'এইমুহূৰ্তত আপোনাৰ <a href=\'%s\'>স্পেম শাৰী</a>ত একো নাই।','There’s <a href="%2$s">%1$s comment</a> in your spam queue right now.'=>'আপোনাৰ স্পেম শাৰীত বৰ্তমান <a href="%2$s">%1$sটা মন্তব্য</a> আছে।' . "\0" . 'আপোনাৰ স্পেম শাৰীত বৰ্তমান <a href="%2$s">%1$sটা মন্তব্য</a> আছে।','<a href="%s">Akismet</a> blocks spam from getting to your blog. '=>'<a href="%s">Akismet</a>-এ স্পেমক আপোনাৰ ব্লগলৈ গৈ পোৱাত বাধা দিয়ে। ','<a href="%1$s">Akismet</a> has protected your site from %2$s spam comment already. '=>'<a href="%1$s">Akismet</a>-এ ইতিমধ্যে %2$sটা স্পেম মন্তব্যৰ পৰা আপোনাৰ ছাইটক ৰক্ষা কৰিছে। ' . "\0" . '<a href="%1$s">Akismet</a>-এ ইতিমধ্যে %2$sটা স্পেম মন্তব্যৰ পৰা আপোনাৰ ছাইটক ৰক্ষা কৰিছে। ','<a href="%1$s">Akismet</a> has protected your site from <a href="%2$s">%3$s spam comment</a>.'=>'<a href="%1$s">Akismet</a>-এ <a href="%2$s">%3$sটা স্পেম মন্তব্য</a>ৰ পৰা আপোনাৰ ছাইটক ৰক্ষা কৰিছে।' . "\0" . '<a href="%1$s">Akismet</a>-এ <a href="%2$s">%3$sটা স্পেম মন্তব্য</a>ৰ পৰা আপোনাৰ ছাইটক ৰক্ষা কৰিছে।','commentsSpam'=>'স্পেম','Cheatin’ uh?'=>'ঠগবাজী কৰিছে?','Akismet Support'=>'Akismet সাহায্য','Akismet FAQ'=>'Akismet FAQ','For more information:'=>'অধিক তথ্যৰ বাবে:','The subscription status - active, cancelled or suspended'=>'ছাবস্ক্ৰিপশ্যনৰ স্থিতি - সক্ৰিয়, বাতিল বা নিলম্বিত','Status'=>'স্থিতি','The Akismet subscription plan'=>'Akismet ছাবস্ক্ৰিপশ্যন প্লেন','Subscription Type'=>'ছাবস্ক্ৰিপশ্যনৰ প্ৰকাৰ','Account'=>'একাউণ্ট','Choose to either discard the worst spam automatically or to always put all spam in spam folder.'=>'আটাইতকৈ বেয়া স্পেম স্বয়ংক্ৰিয়ভাৱে খাৰিজ কৰা নাইবা সকলো স্পেম সদায় স্পেম ফ’ল্ডাৰত ৰখাৰ মাজৰ পৰা এটা বাছি লওক।','Strictness'=>'কঠোৰতা','Show the number of approved comments beside each comment author in the comments list page.'=>'মন্তব্যৰ তালিকাৰ পৃষ্ঠাত প্ৰতিগৰাকী মন্তব্য লিখোঁতাৰ কাষত অনুমোদিত মন্তব্যৰ সংখ্যা দেখুৱাব।','Comments'=>'মন্তব্যসমূহ','Enter/remove an API key.'=>'এটা API চাবি লিখক/আঁতৰাওক।','API Key'=>'API চাবি','Akismet Configuration'=>'Akismet কনফিগাৰেশ্যন','On this page, you are able to view stats on spam filtered on your site.'=>'এইখন পৃষ্ঠাত আপুনি আপোনাৰ ছাইটত ফিল্টাৰ কৰা স্পেমৰ পৰিসংখ্যা চাব পাৰে।','Akismet Stats'=>'Akismet-ৰ পৰিসংখ্যা','Click the Use this Key button.'=>'"এই চাবি ব্যৱহাৰ কৰক" বুটামটোত ক্লিক কৰক।','Copy and paste the API key into the text field.'=>'API চাবিটো পাঠৰ ক্ষেত্ৰত কপি কৰি পে’ষ্ট কৰক।','If you already have an API key'=>'যদি আপোনাৰ ইতিমধ্যে এটা API চাবি আছে','Enter an API Key'=>'এটা API চাবি লিখক','Sign up for an account on %s to get an API Key.'=>'API চাবি পাবলৈ %s-ত একাউণ্টৰ বাবে ছাইন আপ কৰক।','You need to enter an API key to activate the Akismet service on your site.'=>'আপোনাৰ ছাইটত Akismet সেৱা সক্ৰিয় কৰিবলৈ আপুনি এটা API চাবি লিখিব লাগিব।','New to Akismet'=>'Akismet-ত নতুন','On this page, you are able to set up the Akismet plugin.'=>'এইখন পৃষ্ঠাত আপুনি Akismet প্লাগিন ছেট আপ কৰিব পাৰে।','Akismet Setup'=>'Akismet ছেটআপ','Overview'=>'অৱলোকন','Re-adding...'=>'আকৌ যোগ কৰি থকা হৈছে...','(undo)'=>'(পূৰ্বৰ দৰে কৰক)','URL removed'=>'URL আঁতৰোৱা হ’ল','Removing...'=>'আঁতৰাই থকা হৈছে...','Remove this URL'=>'এই URL আঁতৰাওক','Akismet'=>'Akismet','Settings'=>'ছেটিংছ','Comment History'=>'মন্তব্যৰ ইতিহাস']];